১ . ব্যক্তিত্ব আৰু আৱেগ (Personality & Emotions) শব্দ (Word) উচ্চাৰণ সিন ’ নিম (Synonym) মেম ’ ৰী ট্ৰিক (Realistic Trick) Eager ই - গাৰ Keen / Enthusiastic উচ্চাৰণটো ' ইগ ' ল ' (Eagle) ৰ দৰে। চিকাৰ ধৰিবলৈ ঈগল চৰাইটো সদায় আগ্ৰহী (Keen) হৈ থাকে। Eccentric এক - চেন - ট্ৰিক Odd / Strange যাৰ ' চেন্টাৰ ' (Center) টো ঠিক নাই অৰ্থাৎ অদ্ভুত (Strange) স্বভাৱৰ মানুহ। Ecstasy এক - ষ্টা - চি Joy / Bliss উচ্চাৰণটো ' ইক - ষ্টেচী ' ( ষ্টেটাসত দিয়া ) ৰ দৰে। বৰ আনন্দিত (Joy) হ ’ লেহে মানুহে ষ্টেটাস দিয়ে। Eloquent এল - কোৱেণ্ট Fluent / Articulate উচ্চাৰণটো ' অল - কোৱা ' ( সকলো কোৱা ) । যিয়ে অতি সুন্দৰকৈ আৰু সাৱলীলভাৱে (Fluent) কথা ক ’ ব পাৰে। Elusive ই - লিউ - চিভ Tricky ...